২০২৩ৰ নৱেম্বৰত মধ্যগাজাৰ আল ফাৰুক মছজিদ ইজৰাইলে ধ্বংস কৰা দৃশ্যটো ভাৰতে অপাৰেচন সিন্দূৰেৰে ধ্বংস কৰা পাকিস্তানৰ মছজিদৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰা পাকিস্তানৰ এটা মছজিদৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]
Continue Reading
