জুবিন গাৰ্গঃ মহানায়কৰ মহাজীৱন আৰু মহাপ্ৰয়াণ-এক আলোচনা 

পাতনি হঠাতেই আহিছিল সেই খবৰটো। কোনো এজন অসমবাসীয়ে কেতিয়াও শুনিব নোখোজা খবৰ আছিল সেয়া। “জুবিনদা আৰু নাই!” প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণৰ আপোন জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত চিংগাপুৰত সাগৰ এখনত জলকেলি কৰি থাকোতেই সলিলত বিলিন হৈ গৈছিল জুবিন গাৰ্গৰ এই ধৰাৰ মনুস্য জীৱন। লগে লগেই যে সৰগখন ভাঙি […]

Continue Reading

বাঁহ ভিত্তিক ইথানলঃ সম্ভাৱনা, সুবিধা ইত্যাদি।  

প্ৰস্তাৱনাঃ শেহতীয়াকৈ অসমৰ গোলাঘাট জিলাৰ নুমলীগড় শোধানাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় বাঁহ ভিত্তিক ইথানল প্ৰকল্পটো উদ্বোধন কৰাৰ লগে লগে সমগ্ৰ দেশতে এই বিষয়টোক লৈ আগ্ৰহ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইন্ধনৰ ক্ষেত্ৰত দেশখন আত্মনিৰ্ভৰ হোৱাৰ অভিলাসেৰে এই প্ৰকল্প আৰম্ভ কৰা বুলি উল্লেখ কৰিছে। ইথানলক লৈ সাধাৰণতে দেশৰ জনতা তথা আমাৰ ৰাজ্যৰ ৰাইজৰ মাজতো সজাগতা বহুল নহয়। আমাৰ এই […]

Continue Reading

GI Tag(Geographical Indications): অসমৰ GI টেগ পোৱা সামগ্ৰী, নতুন প্ৰস্তাৱ, আবেদন প্ৰক্ৰিয়া আৰু লাভসমূহ  

GI Tag (Geographical Indications) কি? জিআই(GI-Geographical Indications) হৈছে তেনে এটা সুৰক্ষা চিহ্ন যি নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত অনন্য গুণ, খ্যাতি বা বৈশিষ্ট্য থকা সামগ্ৰীক আইনীভাৱে চিনাক্ত কৰে। ভাৰতত GI টেগ ‘Geographical Indications of Goods (Registration and Protection) Act, 1999’ অনুসৰি দিয়া হয় আৰু GI ৰেজিস্ট্ৰি, চেন্নাই (Geographical Indications Registry, under DPIIT/CGPDTM)-এ জাৰি কৰে। অসমৰ GI […]

Continue Reading

পাকিস্তানৰ কৰাচীৰ দৃশ্যকে গুৱাহাটীৰ বানপানী বুলি মিছাকৈ প্ৰচাৰ। 

যোৱা ৩০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া গুৱাহাটীৰ বানপানীৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন মটৰচাইকেলৰ পিছফালে এটি শিশু কোলাত লৈ বহি অহা এগৰাকী মহিলাই বানৰ পানীৰ মাজতে তলত পৰি যায়। সেই দৃশ্যটো গুৱাহাটীৰ বুলি টেক্সট ওভাৰলে’ কৰি দাবী কৰা হৈছে।    Facebook Link Archived Link  কিন্তু […]

Continue Reading

“বৰষা যেতিয়া নানামে ধৰাৰ বুকুলৈ”- অসমৰ কৃষিখণ্ডত খৰাঙৰ কুপ্ৰভাৱঃ এক আলোচনা

প্ৰস্তাৱনা   বিস্তাৰিত ধাননি পথাৰ আৰু সাৰুৱা ভৈয়ামেৰে অসমৰ ভূ-প্ৰকৃতি সদায় প্ৰচুৰ্যৰ সমাৰ্থক হৈ আহিছে। ইয়াত কৃষি কেৱল এটা অৰ্থনৈতিক কাৰ্য নহয়; বৰঞ্চ ই এক জীৱন-ধাৰণৰ পদ্ধতি। ব্ৰহ্মপুত্ৰ উপত্যকাত বৰষুণৰ ওপৰত ভিত্তি কৰি খেতি কৰা কৃষকসকলে পথাৰখনেই তেওঁলোকৰ শস্যৰ উন্নতিৰে পৰিয়ালটো পোহপাল দিব বুলি বিশ্বাস কৰি বাৰিষাৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কিন্তু এতিয়া বৰ্ষাৰ যেন ছন্দপতন […]

Continue Reading

অসমৰ সাম্প্ৰতিক গ্ৰীষ্ম প্ৰৱাহঃ এক উদ্ৰেগৰ বিষয়   

ভূমিকা   বৰ্তমান সময়ত অসমত গ্ৰীষ্ম প্ৰৱাহে (Heat Wave) ভয়াবহ ৰূপ ধাৰণ কৰিছে। গৰমৰ প্ৰকোপ দিনক দিনে বাঢ়ি অহা দেখা গৈছে, যাৰ ফলত মানুহৰ দৈনন্দিন জীৱন ব্যাহত হৈছে। সাধাৰণতে অসমত এপ্ৰিল-মে’ মাহত গৰম বেছি অনুভৱ হয়, কিন্তু বৰ্তমান এই গৰম অসহনীয় হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস কৰা, নগৰীকৰণ আদি। অসমত বৰ্তমান […]

Continue Reading

বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

অসমত বৰ্তমান খৰাং সদৃশ পৰিস্থিতি — এটা পৰ্যালোচনা  

পাতনি অসমত বৰ্তমান সময়ত বৃষ্টিপাত কমি অহাৰ ফলত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিয়ে দৈনন্দিন জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰচণ্ড তাপমাত্ৰা, বৰষুণৰ অভাৱ আৰু নদী-নলা,খাল-বিল, পুখুৰী আদি শুকাই অহা এই অৱস্থাই ৰাজ্যখনৰ জনজীৱন, কৃষি আৰু পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰাথমিক মূল্যায়নত প্ৰকাশ পাইছে যে অসমৰ ১৪খন জিলা “উচ্চ বৃষ্টিঘাটি” শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে। […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেৰ পুৰণি ভাষণৰ কিয়দংশ প্ৰসংগ সংগতিহীনভাৱে প্ৰচাৰ কৰা হৈছে। 

১৬জুলাই ২০২৫,বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনে সময়চোৱাতে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দল শেষ হৈ গৈছে বুলি নিজৰ ভাষণত প্ৰকাশ কৰিছে।      […]

Continue Reading

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত এন আৰ চিৰ তথ্য ব্যৱহাৰঃ এক আলোচনা

পাতনি ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) আৰু নিৰ্বাচন আয়োগ (EC) ৰ ভোটাৰ তালিকাৰ মাজৰ সম্পৰ্ক অসম তথা দেশৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰসংগ। NRC-ৰ তথ্য ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে কিছুমান প্ৰভাৱ পৰিব পাৰে, যি নাগৰিকত্ব আৰু ভোটাধিকাৰৰ সৈতে জড়িত।  ই নাগৰিকত্ব পৰীক্ষণ আৰু নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক গুৰুতৰ উদ্বেগ সৃষ্টি কৰে। এন আৰ চিয়ে আইনী […]

Continue Reading