শেহতীয়া এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ খেলখন শ্বাহিদ আফ্ৰিদী জয় শ্বাহ আৰু অনুৰাগ ঠাকুৰে একেলগে বহি উপভোগ কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ খেলত ভাৰতীয় ক্ৰিকেট দলটো প্ৰথমবাৰ সম্মুখীন হয় পাকিস্তানী ক্ৰিকেট দলৰ। পেহেলগামৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত খেল বৰ্জনৰ বাবে বহু লোকে আহ্বান জনাইছিল। এই পৰিপ্ৰেক্ষিতত পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ সৈতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু বিজেপি নেতা অনুৰাগ ঠাকুৰে একেলগে বহি খেল উপভোগ […]

Continue Reading