কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা চৰাইৰ ভিডিঅ’ প্ৰকৃত চৰাই বুলি ভাইৰেল।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) দুটা বিশেষ ধৰণৰ চৰাইৰ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত থকা চৰাই দুটাৰ মূৰত টুপী সদৃশ গঠন এটা আছিল আৰু চৰাই দুটাৰ গা আৰু পাখিত অলংকাৰৰ নিচিনা কিছুমান বস্তু আছিল। ভিডিঅ’টো আমালৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল এই চৰাইৰ নাম। Archived Link. এই একেটা ভিডিঅ’ ফেচবুকতো আমি পালোঁ। ভিডিঅ’টো শ্বেয়াৰ […]

Continue Reading

ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading