তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কত অভিযুক্ত ঘিঁউ যোগানকাৰীৰ সৈতে মিছাকৈ জড়িত পাক কোম্পানীৰ কৰ্মচাৰীৰ প্ৰফাইলৰ স্ক্ৰীণশ্বট।

তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কৰ সৈতে জড়িত কোম্পানী এটাৰ কৰ্মচাৰীৰ নামৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই কোম্পানীয়েই তিৰুপতি মন্দিৰৰ প্ৰসাদৰ বাবে ঘিঁউ যোগান ধৰিছিল। ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল এই কেপশ্বনেৰে,”তিৰুপতি মন্দিৰত ঘিঁ যোগান ধৰা কোম্পানী এ আৰ ফুডছৰ বিষয়ববীয়াৰ নাম এয়া”। […]

Continue Reading