অসম চৰকাৰে ঘোষণা কৰিলে আৰু ১০খন উপ-জিলাঃ এক আলোচনা
প্ৰস্তাৱনা অসমত নতুনকৈ ১০খন উপ-জিলা গঠন হ’ব, যাৰ ফলত ৰাজ্যত এনে প্ৰশাসনিক ব্লকৰ মুঠ সংখ্যা ৪৯টা হ’ব । এই ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা গৈছে। ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত উপ-জিলাসমূহৰ অধিকাৰ থাকিব। উপ-জিলা মানে কি? “উপ-জিলা” […]
Continue Reading