এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ ভাইৰেল লিংকটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ফৰৱাৰ্ড কৰি দাবী কৰা হৈছে যে ই-কমাৰ্ছ প্ৰতিস্থান এমেজনে মিষ্ট্ৰী বক্স নামৰ এক বিশেষ সুবিধা প্ৰদান কৰিছে। আমাৰ ওচৰলৈয়ো সেই লিংকটো আহিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে সেই লিংকটোক ক্লিক কৰি […]

Continue Reading

এমেজনে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ সহযোগত অনলাইন চাকৰিৰ ব্যৱস্থা কৰা নাই। এই বিজ্ঞাপন ভুৱা।

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ ব্যৱস্থাপনা বিভাগে প্ৰসিদ্ধ ই-কমাৰ্ছ কোম্পানী এমেজনৰ সহায়ত অনলাইন চাকৰিৰ ব্যৱস্থা কৰা বুলি বিজ্ঞাপন দিয়া সেই ফটোখনত লিখা হৈছে যে ঘন্টাত ৯০০ টকাকৈ লাভ কৰিব পৰা ১২০টা পদৰ বাবে অনলাইন চাকৰিৰ ব্যৱস্থা কৰা হৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী […]

Continue Reading

এমাজনে সঁচাকৈ বিনামূলীয়া উপহাৰ দিছে নেকি? 

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান এমাজনে ফ্ৰী গিফ্ট অৰ্থাত বিনামূলীয়া উপহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।  Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading