জেফ্ৰী এপষ্টিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোখন মিছা।    

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট দিয়া দেখা গৈছে। পোষ্টটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে। ফটোখনত দেখা গৈছে যে কুখ্যাত জেফ্ৰী এপষ্টিন আৰু এগৰাকী যুৱতীৰ সৈতে মোদী থিয় হৈ আছে। ফটোখনেৰে সেয়া এপষ্টিন ফাইলত মোদীৰ নাম অহা কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে।    Facebook Link কিন্তু দাবীটো সত্য […]

Continue Reading

কৌন বনেগা কৰোড়পতিত হিমন্ত বিশ্ব শৰ্মাক দেশৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী আখ্যা দিয়া বুলি কৰা দাবীটো অসত্য। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে চোনি টিভিৰ বিখ্যাত অনুষ্ঠান কৌন বনেগা কৰোড়পতিৰ এটা খণ্ডত অংশগ্ৰহণকাৰীক অনুষ্ঠানটোৰ আঁত ধৰোতা অমিতাভ বচ্চনে ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰি চাৰিটা সাম্ভাব্য উত্তৰৰ সুবিধা দিছিল আৰু অংশগ্ৰহণকাৰীয়ে শুদ্ধ উত্তৰ হিচাপে অপছন (বি)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি […]

Continue Reading

ডিজিটেলী সম্পাদনা কৰা ভিডিঅ’ৰে সাংবাদিক অঞ্জনা ওম কাশ্যপে শাসকীয় পক্ষৰ হৈ কথা কোৱাৰ বাবে ক্ষমা খোজা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাংবাদিক অঞ্জনা ওম কাশ্যপে দিয়া এক ৰাজহুৱা ভাষণ বুলি দাবী কৰিছে। ভিডিঅ’টোত অঞ্জনা ওম কাশ্যপে নিজৰ কৰ্মৰ বাবে খেদ প্ৰকাশ কৰা শুনা গৈছে। তেওঁ আনকি ৰাইজৰ কণ্ঠৰ হোৱাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ মুখপাত্ৰ হোৱাৰ বাবে ক্ষমা খোজাও শুনা গৈছে। সাংবাদিকগৰাকীয়ে শাসকীয় পক্ষৰ এংকৰ হিচাপে কাম কৰাটো […]

Continue Reading

ৰোহিত শৰ্মাই বাবৰ আজমক বিশ্বকাপৰ ট্ৰফী দেখুৱাই জিভা উলিয়াই ভেঙুচালি কৰিছে নেকি? সত্যটো কি?

শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক এখন বাছৰ খিৰিকীৰে বিশ্বকাপটো দাঙি ধৰি জিভা উলিয়াই খিৰিকীৰ সিপাৰে থকা পাকিস্তানৰ ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমক কটাক্ষ কৰা যেন দেখা গৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049052770লৈ সেই ফটোখন প্ৰেৰণ কৰি সুধিছে- ৰোহিত শৰ্মাই এনেকৈ পাকিস্তানী বাবৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰত হিন্দুত্বক তেওঁলোকৰ নিৰ্বাচনী কাৰ্ড বুলি কৈছিল নে সঁচাকৈ?     

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বহুবছৰ পুৰণি সাক্ষাৎকাৰৰ কিয়দংশ দেখা গৈছে, য’ত তেওঁ হিন্দুত্ব তেওঁলোকৰ বাবে তাছৰ পাতৰ দৰে বুলি কোৱা শুনা গৈছে। দাবী কৰা হৈছে যে মোদীয়ে এইদৰে হিন্দুত্বক তেওঁলোকৰ এক নিৰ্বাচনী সুবিধা লাভৰ বিষয় হিচাপে অভিহিত কৰিছিল।   Archived Link  আমাৰ 24*7 ফেক্টলাইন নম্বৰ […]

Continue Reading