কোকৰাঝাৰৰ ধৰ্ষণ কাণ্ডৰ পাছত সৰ্বাত্মক বন্ধঃ এক ব্যাখ্যা

Image courtesy: The Indian Express ঘটনাটো কি ? অসমৰ কোকৰাঝাৰ জিলাত ব্যাপক প্ৰতিবাদৰ সূচনা কৰা ঘটনাটো হৈছে কোকৰাঝাৰৰ পথাৰঘাট অঞ্চলৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্থ মহিলাক ধৰ্ষণৰ অভিযোগ।  যোৱা ১০ জানুৱাৰী ২০২৬ত সংঘটিত ঘটনাটোক কেন্দ্ৰ কৰি ১১ জানুৱাৰীত ব্যপক প্ৰতিবাদ আৰু বন্ধ ঘোষণা কৰা হয়। ৰফিকুল ইছলাম নামৰ এজন শ্ৰমিকক এই ঘটনাৰ অভিযোগত ইতিমধ্যেই ধুবুৰী জিলাৰ পৰা […]

Continue Reading