আলাস্কা পক্স কি? ভাৰতত এই ৰোগৰ বাবে ভয় কৰিবলগীয়া আছেনে?
বতৰ পৰিবৰ্তনৰ এই সময়ছোৱাত সাধাৰণতে বসন্ত, চৰ্দি-কাহজাতীয় বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। শেহতীয়াকৈ এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আলাস্কা পক্স নামৰ এবিধ ৰোগৰ বিষয়ে উল্লেখ কৰা হৈছিল আৰু কোৱা হৈছিল যে এই ৰোগ অতি ভয়ংকৰ আৰু যোৱা মাহত এজন লোকৰ মৃত্যু হৈছে। সেয়ে চিকিৎসা বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে। Facebook Link | Archived Link আমি […]
Continue Reading