ইণ্ডিগ’ এয়াৰলাইনছৰ শেহতীয়া বিমান বাতিলৰ ঘটনাৰ পাছত যাত্ৰীসকলে গৰ্বা নৃত্য পৰিৱেশন কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

ইণ্ডিগ’ এয়াৰলাইনছৰ একাধিক বিমান বাতিলৰ পাছত ছ’চিয়েল মিডিয়া বিভিন্ন ভিডিঅ’ আৰু ফটোৰে উপচি পৰিছে য’ত যাত্ৰীসকলে পৰিস্থিতিক লৈ নিজৰ হতাশা আৰু ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এই পটভূমিত এটা বিমানবন্দৰত গৰ্বা নৃত্য পৰিবেশন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰে যে একাধিক বিমান বাতিলৰ পিছত গোৱা বিমানবন্দৰত যাত্ৰীসকলে এইদৰে গৰ্বা […]

Continue Reading

ইষ্টানবুল বিমান বন্দৰৰ ফটো উত্তৰ প্ৰদেশৰ নতুন ২১ সংখ্যক বিমান বন্দৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেইখন উত্তৰ প্ৰদেশৰ এটা নতুন বিমান বন্দৰৰ ফটো। লগতে দাবী কৰিছে যে এই নতুন বিমান বন্দৰেৰে উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ পৰিছে। পোষ্টটোত লিখিছে এইদৰেঃ- কি ধুনীয়া দেখোন। কুম্ভমেলাৰ পাছত এনেকুৱা বিমান বন্দৰ বনাব পাৰিছে উত্তৰ প্ৰদেশে। ২১টা বিমান বন্দৰ […]

Continue Reading