প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে। 

শেহতীয়াভাবে যোৱা ১০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ ওপৰেৰে উৰি যোৱা বিমান এখনৰ পাইলটে মহাকুম্ভৰ বৰ্ণনাৰে বিমান ঘোষণা কৰিছে। ভিডিঅ’টোত মহা কুম্ভমেলাৰ দৃশ্যৰে সৈতে এটা বিশেষ ঘোষণা শুনা গৈছে।  ভিডিঅ’টোৰ ওপৰত লিখা হৈছে যে সেয়া ২০২৫ৰ মহাকুম্ভ আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰয়াগৰাজলৈ আহে,তেতিয়া […]

Continue Reading

আমেৰিকাৰ পৰা বিতাড়িত অন্য দেশৰ নাগৰিকৰ ফটোকে ভাৰতীয় নাগৰিকৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে যোৱা ৪ ফেব্ৰুৱাৰী ২০২৫ত আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক বিতাড়ন কৰা হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি কৰিছে। দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বিতাড়িত ভাৰতীয়সকলৰ। ইতিমধ্যে তেনেকুৱা একাধিক ফটো আৰু ভিডিঅ”ৰ সত্যতা নিৰূপণ আমি কৰিছো।  যোৱা ৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত দুখন ফটো আপলোড কৰি […]

Continue Reading