এটি হাতীয়ে শিশু এটি উদ্ধাৰ কৰি অভিভাৱক দিয়া ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এটি হাতীয়ে শিশু এটিক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত তুলি দিয়া সঁচা দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ […]
Continue Reading