এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে […]

Continue Reading