AI Generated ফটোৰে নিকোলাছ মাডুৰোক বন্দী কৰা বুলি দাবী কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত তিনিখন ফটো আপলোড কৰি দাবী কৰা হৈছ যে সেয়া আমেৰিকাৰ দ্বাৰা শেহতীয়াকৈ বন্দী কৰোৱা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ ফটো। Facebook Link Archived Link ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ফটোকেইখন আপলোড কৰা হৈছিল।  Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  […]

Continue Reading