AI Generated ভিডিঅ’ৰে পাকিস্তানৰ সিন্দু নদীত বৃহদাকাৰ ঘৰিয়াল উদ্ধাৰ বুলি দাবী ।

শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো পাকিস্তানৰ ভিডিঅ’। ব্যৱহাৰকাৰীজনে কৈছে যে পাকিস্তানৰ সিন্ধু নদীৰ পানী শুকাই যোৱাৰ কাৰণে ভিডিঅ’টোত দেখা বৃহদাকাৰ ঘৰিয়ালটো উদ্ধাৰ কৰা হৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন ট্ৰাকৰ ওপৰত এটা প্ৰকাণ্ড ঘৰিয়াল বান্ধি থোৱা আছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো বিয়পি পৰা দেখা গৈছে। ফটোখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিমানৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হাতত লৈ থকা দেখা যায়। ফেচবুক পোষ্টযোগে সেয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতাখন পুটিনে পঢ়ি গৈ থকা বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক পেজ আৰু একাউণ্টত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে এক সংসদৰ ভিতৰত হঠাতে এটা গাধ তীব্ৰগতিত প্ৰৱেশ কৰিছে আৰু চকীত বহি থকা একাংশ লোক বাগৰি পৰিছে। ভিডিঅ’টো পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰৰ বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link Facebook Link Archived Link ইউটিউৱতো একেই দাবীৰে সেই […]

Continue Reading