পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ৰ ক্ৰুৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই ১৭১ৰ কেবিন ক্ৰুৰ শেষৰটো ৰীল বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমাৰ অনুসন্ধান […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

এখন বিমানৰ ভিতৰত যাত্ৰীসকলে ইছলামিক প্ৰাৰ্থনা গোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া আহমেদাবাদত শেহতীয়াকৈ দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পূৰ্বে বিমানত সকলো যাত্ৰীৰ মুখত আল্লাহৰ নাম।” Instagram Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading