AI Generated ভিডিঅ’ ব্যৱহাৰ কৰি কেডাৰনাথত বাছ দুৰ্ঘটনা হোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাছ দুৰ্ঘটনাৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো কেডাৰনাথলৈ যোৱা এখন যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাৰ ভিডিঅ’। ভিডিঅ’টোত ব্যৱহাৰকাৰীজনে নিজেই কেমেৰাৰ সমুখত সেই দাবী উত্থাপন কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]
Continue Reading