অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পোষ্টত লিখা আছে এইদৰে,”চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ শাসনে সৃষ্টি কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰে।” Facebook Link | Archived Link  একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link. আমি ফেক্ট […]

Continue Reading