জেফ্ৰী এপষ্টিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোখন মিছা।
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট দিয়া দেখা গৈছে। পোষ্টটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে। ফটোখনত দেখা গৈছে যে কুখ্যাত জেফ্ৰী এপষ্টিন আৰু এগৰাকী যুৱতীৰ সৈতে মোদী থিয় হৈ আছে। ফটোখনেৰে সেয়া এপষ্টিন ফাইলত মোদীৰ নাম অহা কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে। Facebook Link কিন্তু দাবীটো সত্য […]
Continue Reading
