২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো […]

Continue Reading

এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ’ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই। এইবাৰো কৰিছিল বহুত বাৰ cloud seeding.. তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা […]

Continue Reading

পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

২০২০ চনৰ ভিডিঅ’ শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বুলি ভাইৰেল।

যোৱা ৮ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পাছত চ’ছিয়েল মিডিয়াত সূৰ্যগ্ৰহণ সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এয়া দক্ষিণ আমেৰিকাত দেখা যোৱা সূৰ্যগ্ৰহণৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে, ” চাউথ আমেৰিকাত লাইভ দেখিবলৈ পোৱা গ’ল এই বিৰল সূৰ্য গ্ৰহণৰ দৃশ্য।  অৱশেষত দেখিবলৈ পোৱা গ’ল সূৰ্য আৰু […]

Continue Reading

এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

৮ এপ্ৰিল ২০২৪ ৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক লৈ সমগ্ৰ বিশ্ব উৎসুক আৰু এনে সময়তে চ’ছিয়েল মিডিয়াত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সাগৰতীৰত কিছুসংখ্যক লোকক হাতে হাতে ম’বাইল ফোন লৈ সূৰ্যৰ ফালে চাই থকা দেখা গৈছে আৰু কিছুসময়ৰ পাছতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হোৱা দেখা গৈছে।  ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে,”সূৰ্যগ্ৰহণৰ ভয়ানক দৃশ্য মূহুৰ্ততে […]

Continue Reading

এই ভিডিঅ’টো টাইৱানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

৩ এপ্ৰিলত টাইৱানত হোৱা প্ৰবল ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ মতে, প্ৰায় ২৫ বছৰৰ ভিতৰত এই দ্বীপটোত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ইয়াৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানৰ এখন হোটেললৈ মিনিবাছত গৈ থকা ৫০ জন শ্ৰমিক নিৰুদ্দেশ হৈছে।  ইয়াৰ মাজতে এটা ভাইৰেল […]

Continue Reading