এই ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়।
২০২৪ চনৰ ১ জানুৱাৰীৰ বিয়লি মধ্য জাপানত ৭.৫ মাত্ৰাৰ ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙে, জুই লাগে তথা পূব ৰাছিয়ালৈকে চুনামী সতৰ্কবাণীৰ সূচনা কৰে। সেয়ে জাপানৰ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ বাসিন্দাসকলক নিৰ্দেশ দিয়া হয়। এই ভূমিকম্পৰ ফলত জাপানৰ পশ্চিম উপকূল আৰু চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত প্ৰায় ১ মিটাৰ পৰ্যন্ত ঢৌৰ সৃষ্টি হয় আৰু কৰ্তৃপক্ষই কয় […]
Continue Reading