ৱাডিলালৰ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি ওলোৱা দাবীটো মিছা।
শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ৱাডিলাল নামৰ আইক্ৰীম কোম্পানীটোৰ এটি বিশেষ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি দাবী কৰি সেই ফটোখন ভাইৰেল কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰলৈ সেই ফটোখন প্ৰেৰণ কৰি ৱাডিলাল আইক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা হৈছে নেকি সঁচাকৈয়ে, সেই কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰে। Archived Link কিন্তু এই দাবী সত্য […]
Continue Reading