FACT CHECK: অন্য কোনো সাংবাদিকৰ ভিডিঅ’ এটা প্ৰয়াত সাংবাদিক ৰোহিত সৰদানাৰ বুলি শ্বেয়াৰ কৰি থকা হৈছে!

শেহতীয়াভাৱে কোভিড ৰোগৰ চিকিৎসা চলি থকাৰ সময়ত আজ টকৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত সৰদানাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । তেওঁ মৃত্যুৰ পিছত, সৰদানাৰ শেষ ভিডিঅ’ বুলি লিখা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত বাৰুকৈয়ে প্ৰচাৰ কৰা হৈছে।  ভিডিঅ’টোত মাস্ক পৰিহিত এজন লোকে দেশত কোভিড পৰিস্থিতিৰ ভয়ংকৰ অৱনতি সম্পৰ্কত কৈ আছে। তেনেকুৱা কিছুমান লিংক এয়া: Original Link: […]

Continue Reading