এই ভিডিঅ’টো মহাৰাষ্ট্ৰত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বহুতো ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মহাৰাষ্ট্ৰত হোৱা সমাবেশ বুলি এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা আমি দেখিলোঁ।  ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “BJNY IN MAHARASHTRA❤️” BJNY অৰ্থাৎ ভাৰত জোড়ো ন্যায় যাত্ৰা। পোষ্টটোৰ কমেণ্টসমূহতো এইদৰে লিখা আছিল। Facebook Link | Archived […]

Continue Reading

এই ভিডিঅ’টো নাচিকত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

১৪ মাৰ্চত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলী মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হৈছিল। সেই ৰেলীত মহা বিকাশ আঘাদীৰ নেতাসকলো আছিল। এই ৰেলীৰ উদ্দেশ্য আছিল সাধাৰণ নাগৰিকে সম্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰা। ই‌য়াৰ পাছতে চ’ছিয়েল মিডিয়াত এক বিশাল জনসমাগমৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেয়া মহাৰাষ্ট্ৰৰ নাচিকত হোৱা ভাৰত জোড়ো ন্যায় […]

Continue Reading

অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল। ফেচবুকত […]

Continue Reading