২০২৩ৰ চেপ্তেম্বৰৰে পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ বুলি দাবী কৰি শ্বেয়াৰ হৈ থকা ভিডিঅ’ এটা ভাৰতৰ শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি পুনৰ প্ৰচাৰ।
শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক পেজে সেই ভিডিঅ’টো আপলোড কৰি দাবী কৰিছে যে সেইটো আমাৰ দেশৰ ভিডিঅ’ আৰু সেয়া শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ। পোষ্টটো কৰি লিখিছে- দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। Facebook Link। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]
Continue Reading