ষ্টাৰ চিন থকা ৫০০ টকীয়া নোট ভুৱা নেকি?
৫০০ টকীয়া নোট সম্পৰ্কে এটা খবৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। তাত মানুহক সকীয়াই দিয়া হৈছে যে ষ্টাৰ চিন থকা ৫০০ টকীয়া নোটখন ভুৱা। সেই নোটখন আজিকালি বজাৰত বহুত ব্যৱহাৰ কৰা হৈছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে মানুহক এই নোটসমূহৰ পৰা সাৱধান হ’বলৈ কৈছে। পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে ইউজাৰে লিখিছে এইদৰে – पिछले कुछ दिनों से ये * […]
Continue Reading