এই ফটোকেইখন প্ৰধানমন্ত্ৰী মোদীয়ে কটকৰ হস্পিতাল ভ্ৰমণ কৰাৰ পূৰ্বে লোৱা হয়নে? প্ৰকৃত সত্য কি?
অতি শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ বালাছ’ৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। সেই ভয়ংকৰ দুৰ্ঘটনাত ২৭৫ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু প্ৰায় ১০০০জন লোক আহত হৈছিল। ইয়াৰে বহুতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। দুৰ্ঘটনাস্থলীত ঘটনাৰ বুজ লোৱাৰ পাছত মোডীয়ে কটকৰ চিকিৎসালয়লৈ যায় য’ত আহত লোকসকল চিকিৎসাধীন হৈ আছিল। মোদীৰ এই ভ্ৰমণৰ পাছত ছ’চিয়েল মিডিয়া […]
Continue Reading