“এইখন সুধা মূৰ্তিয়ে পাচলি বিক্ৰী কৰি থকা ফটো নহয়!”
ইনফ’চিছ ফাউণ্ডেছনৰ চেয়াৰপাৰ্ছন সুধা মুৰ্তীৰ এখন ফটো শেহতীয়াভাৱে ভাইৰেল হৈছে,য’ত তেওঁক পাচলিৰ এখন দোকানত দেখা গৈছে আৰু লিখা হৈছে যে নিজৰ অহংবোধ নাইকিয়া কৰিবলৈ তেখেতে প্ৰতি বছৰে এটা দিনত পাচলি বিক্ৰী কৰে। তেনেকুৱা এখন ফটো এগৰাকী ফেচবুক ব্যৱহাৰকাৰী আনোৱাৰ এইছ চোনাৰে গ্ৰন্থ সুৱাস নামৰ এটা গ্ৰুপত ২০২০ চনৰ ১০ অক্টোবৰত ৪বাজি ৪১ মিনিটত পোষ্ট কৰিছিল […]
Continue Reading