সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এই ভিডিঅ’টোৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্ক নাই।

এজন সাংবাদিকৰ লগত একাংশ‌ লোকে অভব্য আচৰণ কৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে বাংলাদেশত বাতৰি পৰিৱেশন কৰা সাংবাদিক এজনক‌ প্ৰতিবাদকাৰীয়ে এইদৰে অভব্য আচৰণ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশৰ তলুৱা চেলেকা সাংবাদিকৰ বৰ্তমানৰ অৱস্থা”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

২০১৫চনতে ষ্টান গ্ৰেনেডত আহত সাংবাদিকৰ ফটো শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সময়ৰ বুলি শ্বেয়াৰ কৰা হৈছে।   

শেহতীয়াভাৱে মূৰ আৰু মুখত বেণ্ডেজ বান্ধি লাইভ ৰিপ’ৰ্টিং কৰা এগৰাকী সাংবাদিকৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে পূব জেৰুজালেমত ইজৰাইলী গ্ৰেনেডৰ আক্ৰমণত আহত হোৱাৰ পাছতো তেওঁ পুনৰ এইদৰে ৰিপ’ৰ্টিং কৰিছিল। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবীটো শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত কৰিছে। আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ফটোখন প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading