পুৰণি ভিডিঅ’ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীৰ ভিডিঅ’ বুলি ভাইৰেল।
কমেও ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই ঘটনাৰ সৈতে জড়িত বিভিন্ন পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পটভূমিত চিকিৎসালয়ৰ বিচনাত এজন ব্যক্তিক সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনেই হৈছে শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত […]
Continue Reading