এই ভিডিঅ’টোত অৰিজিৎ সিঙে কলকাতাৰ শেহতীয়া ধৰ্ষণৰ ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নেকি?
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত হোৱা ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে ভিডিঅ’ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ সংগীতশিল্পী অৰিজিৎ সিঙৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁ কোৱ শুনা গৈছে যে তেওঁৰ ইভেণ্ট কম্পেনীয়ে এক এণ্টি ৰেপ ল’গ’ উদ্বোধন কৰিছে। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰা […]
Continue Reading