পাকিস্তানৰ শিক্ষানুষ্ঠানৰ পুৰণি ভিডিঅ’কো অসমৰ ধুবুৰীৰ মাদ্ৰাছাত শিশু নিৰ্যাতন বুলি ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটি শিশুক ভৰিত বান্ধি ওলোটাকৈ ওলোমাই দিয়া হৈছে। শিশুটিয়ে চিঞৰি আছে। দাবী কৰা হৈছে যে সেইটো অসমৰ ধুবুৰীৰ কোনো এখন মাদ্ৰাছাৰ দৃশ্য। ধুবুৰীৰ মাদ্ৰাছাত তেনেকৈ শিশুক ওলোমাই কোৰাণৰ শিক্ষা দিয়া হয় নেকি বুলি প্ৰশ্ন উত্থাপনেৰে সেই ভিডিঅ’টো অসমৰ বিভিন্নজন লোকৰ হোৱাটছএপত ভাইৰেল হৈ […]

Continue Reading