কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে নেকি?
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপী সম্পৰ্কে এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে শপত গ্ৰহণৰ এদিন পাছতে অভিনয়ৰ বাবে মন্ত্ৰীত্ব এৰিব বিচাৰিছে সাংসদ সুৰেশ গোপীয়ে। চিনেমাৰ শ্বুটিঙৰ বাবে তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব এৰিব বিচাৰিছে বুলি দাবী কৰা হৈছে। ফেচবুকত বহু অসমীয়া নিউজ প’ৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে। Facebook Link | […]
Continue Reading