২০২২ত পশ্চিমবংগৰ দমদমৰ ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ দৃশ্য বৰপেটা লোকসভা সমষ্টিৰ বুলি প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰপেটা লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত ৰিগিং কৰা হৈছিল। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবী উত্থাপন কৰিছিল। লিখিছিল- বৰপেটা লোকসভা সমষ্টিত এনেকৈ হৈছিল ৰিগিং । Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

২০২২ চনৰে তেলেংগানাৰ উপ-নিৰ্বাচনৰ সময়ৰ সংঘৰ্ষৰ ভিডিঅ’ শেহতীয়া বুলি প্ৰচাৰ।  

দেশৰ সাধাৰণ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত ৰাজনৈতিক বিষয়বস্তুৰে ভৰি পৰিছে। এই বিষয়বস্তু সমূহ ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলসমূহক লক্ষ্য কৰি শ্বেয়াৰ কৰা দেখা গৈছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা এনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ […]

Continue Reading

২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা নাই দেশৰ নিৰ্বাচন আয়োগে। মিছা তালিকা ভাইৰেল।  

আমাৰ দেশৰ লোকসভা নিৰ্বাচন প্ৰায় সমাগত। বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে এই সাধাৰণ নিৰ্বাচনত নিজৰ দলটোক জয়ী কৰোৱাৰ বাবে নিজৰ নিজৰ পন্থাৰে কাম তথা প্ৰচাৰৰ ক্ষেত্ৰতো আগবঢ়া পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্য অসমৰ সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো সমাগত লোকসভা নিৰ্বাচন ২০২৪ক লৈ মানসিক প্ৰস্তুতি তথা জল্পনা-কল্পনা আৰম্ভ হৈছে।  এই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন বিশেষ জাননী বিয়পি […]

Continue Reading