পৰ্টুগালৰ বিশ্ব যুৱ দিৱসৰ দৃশ্যকে মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।
শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে। ভিন্ন প্ৰান্তৰ ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন ভুল তথ্য বিয়পাই থকা দেখা গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ফেচবুক লিংক পঠিয়াই তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল। Archived Link লিংকটো খুলি চাই আমি দেখিলোঁ যে বহু মানুহ […]
Continue Reading