মোদী আৰু আদিত্যনাথে ৩মাহৰ ৭৪৯টকাৰ ৰিচাৰ্জ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰদান কৰা নাই। এই দাবী মিছা।
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এই মেছেজটোত দাবী কৰা হৈছে যে ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিস্থা হোৱাৰ আনন্দত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেশবাসীক ৩ মাহৰ বাবে ৭৪৯চকাৰ বিনামূলীয়া ৰিছাৰ্জ প্ৰদান কৰিছে। মেছেজটোত থকা নীলা লিংকটোত ক্লিক কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি […]
Continue Reading