ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি পাকিস্তানৰ এজন বিষয়াই টুইট কৰিছে নেকি?

বৰ্তমান বহু সংবাদ মাধ্যমত পুনৰ শিৰোনামৰ শীৰ্ষত আছে ডাউদ ইব্ৰাহিম। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দীৰ্ঘদিনীয়া মষ্ট ৱাণ্টেড গেংষ্টাৰ ডাউদ ইব্ৰাহিমক পাকিস্তানত কোনো অজ্ঞাত ব্যক্তিয়ে বিষাক্ত দ্ৰব্যৰে হত্যাৰ চেষ্টা কৰিছিল। এই পটভূমিত পাকিস্তানৰ এজন বিষয়াৰ টুইট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। টুইটটোত নিশ্চিত কৰা হৈছে যে সঁচাকৈয়ে ডাউদক কোনো অচিনাকি ব্যক্তিয়ে বিষাক্ত দ্ৰব্য খুৱাইছিল আৰু […]

Continue Reading

ন’বেল বিজয়ী অৰ্থনীতিবিদ, ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসানৰ উৰা বাতৰি বিয়পিল সামাজিক মাধ্যমত।  

১০ অক্টোবৰ ২০২৩,মঙলবাৰে হঠাতে এটা বাতৰি ওলাল যে আমাৰ দেশৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ ন’বেল বিজয়ী ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসান ঘটিছে।  অসমৰ বিভিন্ন ফেচবুক ব্য়ৱহাৰকাৰী তথা কিছুমান সংবাদ প্ৰতিস্থানেও সেই কথাটো প্ৰকাশ কৰি পোষ্ট কৰা দেখা গ’ল( কিছুমান পোষ্ট পাছত ডিলিট কৰা হৈছে) । তেনেকুৱা এটা ফেচবুক পোষ্ট প্ৰহ্লাদ নাথ নামৰ একাউণ্ট এটাৰ পৰা কৰা হৈছিল আৰু […]

Continue Reading

একালৰ জিম্বাবৱেৰ প্ৰখ্যাত ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে নেকি? সত্যটো কি?  

নব্বৈৰ দশকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ আদৰৰ খেলূৱৈ হৈ পৰা জিম্বাবৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰে অসমৰ চ’ছিয়েল মিডিয়াকো চুই গৈছে। অসমৰো একাধিক ফেচবুক ব্যৱহাৰকাৰী তথা সংবাদ প্ৰতিস্থানেও ৮৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰন্ত হৈ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে বুলি পোষ্ট দিয়া আমি দেখা পাইছোঁ।  প্ৰাগ নিউজ নামৰ সংবাদ প্ৰতিস্থানটোৱে তেওঁলোকৰ ফেচবুক পেজ […]

Continue Reading

এইখন এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয়

যোৱা ২৭ জুলাইত আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট বিজ্ঞানী এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ২০১৫ চনৰ জুলাই মাহৰ ২৭ তাৰিখে আই আই এম শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত হাৰ্ট এটেকৰ ফলত তেখেতৰ দেহাৱসান হৈছিল। সেই সময়ত এখন বিশেষ ফটো এ পি জে আব্দুল কালামৰ অন্তিম ফটো বুলি ভাইৰেল হৈছিল। সেই একেখন ফটো […]

Continue Reading