হায়দৰাবাদৰ পুৰণি ভিডিঅ’ মুম্বাইৰ মীৰা ৰোডৰ শেহতীয়া ঘটনাৰ বুলি ভাইৰেল হৈছে।

অযোধ্যা ৰাম মন্দিৰ অভিষেকৰ প্ৰাকক্ষণত ২১ জানুৱাৰীত মুম্বাইৰ মীৰা ৰোডত বাহন ৰেলীৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ১৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিজন নাবালকক আটক কৰে। বৰ্তমান ছ’চিয়েল মিডিয়াত মীৰা ৰোডৰ সংঘৰ্ষ সম্পৰ্কে ভুৱা দাবী থকা বহু পুৰণি আৰু অসংলগ্ন ভিডিঅ’ আৰু ফটো প্ৰচাৰিত হৈছে। বিশেষকৈ এটা ভিডিঅ’ […]

Continue Reading