২০২৩ চনৰ ফেব্ৰুৱাৰী মাহটো সঁচাকৈয়ে বিৰল মাহ হয়নে?
চ’চিয়েল মেডিয়াত ফেব্ৰুৱাৰী মাহ সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত লিখা আছে এইদৰে “২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ এই মাহটো অত্যন্ত বিৰল, মোৰ-আপোনাৰ জীৱনৰ শেষ মাহ। কেৱল সেয়াই নহয়, অহা কেইশমান প্ৰজন্মইও এই মাহটো দেখা নাপাব কাৰণ এই মাহত ৪ শনিবাৰ ৪ দেওবাৰ ৪ সোমবাৰ ৪ মঙলবাৰ ৪ বুধবাৰ ৪ বৃহস্পতিবাৰ ৪ শুকুৰবাৰ […]
Continue Reading