অন্ধ্ৰ প্ৰদেশৰ ৭ বছৰ পুৰণি ঘটনাকে মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।
শেহতীয়াকৈ এগৰাকী যুৱতীক এজন যুৱকে যৌন নিৰ্যাতন চলোৱা এটা ভিডিঅ’ অসমৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো মণিপুৰৰ শেহতীয়া ঘটনা বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেইটো দাবীৰে ভিডিঅ’টো প্ৰেৰণ কৰা হৈছে। ফটো Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ […]
Continue Reading
