মঙল গ্ৰহলৈ সঁচাকৈয়ে যাব নেকি অসম সন্তান আদিল হুচেইন?
যোৱা ২ এপ্ৰিল ২০২৩ত Ritstime নামৰ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিস্থানে ৰাতিপুৱা ৯ বাজি ২৮ মিনিটত নিজৰ ফেচবুক পেজত এটা বাতৰি প্ৰকাশ কৰিছিল এই দাবীৰে যে “মঙল গ্ৰহলৈ যাব অসম সন্তান তথা অভিনেতা আদিল হুচেইন”। আদিল হুচেইনৰ ফটো ব্যৱহাৰ কৰি প্ৰচাৰ কৰা বাতৰিটোত কোৱা হৈছে যে “মঙল গ্ৰহলৈ যোৱাৰ বাবে নাছাৰ পৰা বৰ্ডিং পাছ লাভ […]
Continue Reading