ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে “কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ’ব।। হৰ হৰ মহাদেৱ।।” Archived Link একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা […]
Continue Reading