বাঘে চুলাই খোৱা কথাটো সঁচা নে মিছা? জানক সত্যতা।  

বাঘে চুলাই খাই ঢলং পলং কৰি মানুহৰ সৈতে খোজ কঢ়া বুলি এটা বিশেষ ভিডিঅ’ অসমৰ চ’ছিয়েল মিডিয়া, বিশেষকৈ ফেচবুক আৰু হোৱাটছএপত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। যোৱা দুই তিনিদিন ধৰি বিভিন্ন লোকে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে বাঘটোৱে চুলাই মদ খাইছিল। খাদ্যৰ সন্ধানত ওলাই আহি পেটৰ ভোকত চুলাই মদ খাই এইদৰে […]

Continue Reading

চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ.সোমনাথে নৃত্য কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ।

চন্দ্ৰযান ৩এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই বিভিন্ন ধৰণৰ ভুৱা তথ্য, মিছা ভিডিঅ’, ফটো আদি চ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত বিয়পি পৰা আমি দেখিছোঁ আৰু সেইসমূহৰ সত্যতা নিৰূপনো আমি কৰিছোঁ। তেনেকুৱা এটা ভিডিঅ’ ফেচবুকৰ ৰীলছৰ ৰূপত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ. সোমনাথে তেওঁৰ সহকৰ্মীসকলৰ সৈতে আনন্দতে নৃত্য কৰা […]

Continue Reading