সঁচাকৈ ড্ৰাগছ কঢ়িয়াই গ্ৰেপ্তাৰ হোৱা এই দুগৰাকী মহিলা কুকী সম্প্ৰদায়ৰ নেকি? সত্যটো জানক।
অতি শেহতীয়াভাৱে ফেচবুক এটা পোষ্টত ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলাৰ ফটো শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত এই মহিলাদুগৰাকীক মণিপুৰৰ কুকি জনগোষ্ঠীৰ বুলি দাবী কৰা হৈছিল। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা উত্তেজনাৰ পৰিবেশৰ মাজতে প্ৰচাৰিত এই পোষ্টটোত মেইটেই ভাষাত এটা কেপচন দিয়া হৈছিল। Facebook Link । Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো […]
Continue Reading