৫ প্ৰকাৰৰ ব্যক্তিৰ ক্ষেত্ৰত বিলাহীয়ে এইবোৰ স্থিতিত বেমাৰ দুগুণ বৃদ্ধি কৰে নেকি? সত্যটো কি?  

শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব বিলাহী।দুগুণে বাঢ়িব বেমাৰ!। বুলি কেপছন দি তেওঁলোকৰ  Assam Prime24 নামৰ ৱেবচাইটটোৰ এক প্ৰতিবেদন সংলগ্ন কৰিছে।  Facebook Link। Archived Link ৱেবচাইটৰ লেখাটোত লিখা হৈছে- সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব […]

Continue Reading

কাশ্মীৰত এইদৰে শাৰী পাতি বিলাহী কিনিবলগীয়া পৰিস্থিতি হৈছে নেকি? সত্যটো কি?

শেহতীয়াকৈ কেইবাটিও বহুমহলীয়া অট্টালিকা থকা এটি হাউছিং ছ’চাইটিত এখন গাড়ীৰ সন্মুখত দীঘলীয়া শাৰীত থিয় হৈ থকা একাংশ মহিলাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকত শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰা হৈছে যে  কাশ্মীৰী মহিলাসকলে বিলাহী কিনিবলৈ দীঘলীয়া শাৰী পাতি থিয় হৈ আছে। ভিডিঅ’টোত শ্বেয়াৰ লিখা হৈছে, “৩৭০ অনুচ্ছেদ বাতিলৰ হোৱাৰ পাছত লোকে কাশ্মীৰত মাটি কিনিম বুলি […]

Continue Reading