বাংলাদেশৰ সীমান্তৰে এনেকৈ অসমত সোমাব খুজিছে নেকি অসংখ্য বাংলাদেশীয়ে? সত্যটো কি জানক।
শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে।ভিডিঅ”টোত দেখা গৈছে যে কোনো এক সীমান্তত কাইটীয়া তাঁৰৰ দুয়োপাৰে অসংখ্য লোক ভিৰ কৰিছেহি। দাবী কৰা হৈছে যে ভাৰত-বাংলাদেশ সীমান্তৰে এনেকৈ অসংখ্য বাংলাদেশী লোকে অসমত সোমাব খুজিছে। আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি […]
Continue Reading