বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা।
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে।২০২৪ৰ লোকসভা নিৰ্বাচনত যাতে সৰহসংখ্যক লোকে বিজেপিক ভোট দিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি মাহৰ ফ্ৰী মোবাইল ৰিচাৰ্জ দিছে আৰু এই সুবিধা ১৫ অক্টোবৰলৈকে আছে বুলি দাবী কৰি লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে। Archived Link […]
Continue Reading