আমেৰিকাৰ পুৰণি ভিডিঅ’ অযোধ্যাৰ ড্ৰেণ আলোক প্ৰদৰ্শনী বুলি ভাইৰেল কৰা হৈছে।   

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ভিডিঅ’টো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এইটো অযোধ্যাৰ দৃশ্য হয়নে নহয়, সেই সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।  ভিডিঅ’টোত দেখা গৈছিল আকাশত ড্ৰোণৰ বিভিন্ন আলোক কাৰুকাৰ্য। Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

এই ভিডিঅ’টো কাশ্মীৰৰ লাল চ’কৰ নহয়।

কালি অৰ্থাৎ ২২ জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয়। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বহু আগৰেপৰা এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছিল। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এটা ক্লক টাৱাৰত শ্ৰীৰামচন্দ্ৰৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে। দাবী কৰা হৈছে যে কাশ্মীৰৰ লাল চ’কত এনেদৰে ৰামৰ প্ৰতিচ্ছবি দেখুওৱা […]

Continue Reading

এই ভিডিঅ’টোত ব্যক্তিজনে হাতেৰে খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কৰি থকা নাই।

শেহতীয়াকৈ এজন লোকে হাতেৰে খোজকাঢ়ি যোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজকাঢ়ি ব্যক্তিজনে অযোধ্যালৈ যাত্ৰা কৰিছে। ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা এজন ভক্তৰ”। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো […]

Continue Reading

মোদী আৰু আদিত্যনাথে ৩মাহৰ ৭৪৯টকাৰ ৰিচাৰ্জ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰদান কৰা নাই। এই দাবী মিছা।

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এই মেছেজটোত দাবী কৰা হৈছে যে ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিস্থা হোৱাৰ আনন্দত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেশবাসীক ৩ মাহৰ বাবে ৭৪৯চকাৰ বিনামূলীয়া ৰিছাৰ্জ প্ৰদান কৰিছে। মেছেজটোত থকা নীলা লিংকটোত ক্লিক কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি […]

Continue Reading

২০২০চনৰ থাইলেণ্ডৰ ৰাজপথৰ বান্দৰৰ কাজিয়াৰ দৃশ্য অযোধ্যাৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।   

২২ জানুৱাৰীত অযোধ্যাত হ’বলগীয়া ৰাম লাল্লাৰ প্ৰাণ প্ৰতিস্থাৰ প্ৰেক্ষাপটত সামাজিক মাধ্যমত ভুৱা খবৰ, মিছা ফটো আৰু ভিডিঅ’ৰ জোৱাৰ উঠিছে। তাৰে এটা ভিডিঅ’ এই বুলি ভাইৰেল কৰা হৈছে যে সেয়া অযোধ্যালৈ অহা বান্দৰৰ জাক। ফেচবুকত এজন ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- অযোধ্যাৰ প্ৰভু শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগে আগে অযোধ্যালৈ বজৰংবলীৰ বানৰ সেনাৰ সমাগমৰ এক […]

Continue Reading

ৰাম মন্দিৰ নিৰ্ধাৰিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা বুলি কৰা দাবীটো মিছা।

অহা ২২ জানুৱাৰী ২০২৪ত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত ভগবান শ্ৰীৰামৰ প্ৰাণ প্ৰতিস্থাৰ দিন ধাৰ্য কৰা হৈছে। তেনে প্ৰেক্ষাপটত দেশৰ লগতে অসমতো বিভিন্ন ধৰণৰ সত্য আৰু অসত্য বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰটো ধ্বংসপ্ৰাপ্ত বাবৰি মছজিদৰ প্ৰস্তাৱিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা হৈছে বুলি দাবী কৰি বিভিন্ন ফটো আৰু ভিডিঅ’ বিয়পি পৰিছে। একাধিক […]

Continue Reading

এই ভিডিঅ’টো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত হোৱা ড্ৰ’ণ শ্ব’ৰ হয়নে?

অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কৰা ড্ৰ’ন অনুশীলনৰ ভিডিঅ’ বুলি দাবী কৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে ড্ৰ’ন শ্ব’।  ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত ড্রোন শ্ব’ৰ […]

Continue Reading

ৰাহুল গান্ধীৰ চোলাত পদুম ফুলৰ ছবি কিয়? প্ৰকৃত কথাটো কি জানক। 

শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পদুম ফুলৰ ছবি থকা বগা চোলা পিন্ধি বিপুল জনসমাগমক সম্বোধন কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। সেই ফটোখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই সম্পৰ্কে সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। Archived Link অনুৰূপ দাবী কৰি এক্সত পোষ্ট দিয়াও […]

Continue Reading

অহা ২২ জানুৱাৰীৰ পৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ’ব নেকি?

অহা ২২ জানুৱাৰীৰপৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ’ব বুলি শেহতীয়াকৈ চ’চিয়েল মেডিয়াত বহু পোষ্ট ভাইৰেল হৈছে। ভাইৰেল পোষ্টত আছে ৫০০ টকীয়া নোটৰ ফটো। সেই ৫০০ টকীয়া নোটৰ সমুখৰফালে আছে শ্ৰীৰামচন্দ্ৰৰ ফটো আৰু পিছফালে আছে ৰাম মন্দিৰৰ ফটো। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব। Archived […]

Continue Reading

৫০০ টকীয়া নোটত সঁচাকৈয়ে লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব নেকি?

ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপি অহাৰ লগে লগে চ’চিয়েল মেডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ৫০০ টকীয়া নোটত লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব বুলি এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে।  এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading