২০২০ চনৰ ভিডিঅ’ শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বুলি ভাইৰেল।
যোৱা ৮ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পাছত চ’ছিয়েল মিডিয়াত সূৰ্যগ্ৰহণ সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এয়া দক্ষিণ আমেৰিকাত দেখা যোৱা সূৰ্যগ্ৰহণৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে, ” চাউথ আমেৰিকাত লাইভ দেখিবলৈ পোৱা গ’ল এই বিৰল সূৰ্য গ্ৰহণৰ দৃশ্য। অৱশেষত দেখিবলৈ পোৱা গ’ল সূৰ্য আৰু […]
Continue Reading